ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ, হুবহু
ಅರ್ಥ : এই ধৰণৰ
ಉದಾಹರಣೆ : এনেকুৱা মোনা মোৰ ওচৰতো আছে
ಸಮಾನಾರ್ಥಕ : এই প্রকাৰৰ, এনেকুৱা, সদৃশ, হুবহু
ಅರ್ಥ : যিটো কিহবাৰ অনুৰূপ
ಉದಾಹರಣೆ : আপোনাৰ অনুকূলে কাম কৰিবলৈ মোৰ হাতত ক্ষমতা নাই
ಸಮಾನಾರ್ಥಕ : অনুকূল, অনুসৰি, মাফিক
ಸ್ಥಾಪನೆ