ಅರ್ಥ : যিজনে অনুসন্ধানৰ কাম কৰে
ಉದಾಹರಣೆ :
অনুসন্ধানকাৰীয়ে ডকাইতৰ দলটোৰ সন্ধান পালে
ಅರ್ಥ : যিজনে কোনো কথা বা বস্তুৰ বিষয়ে অনুসন্ধান কৰে বা সম্ভেদ বিচাৰে
ಉದಾಹರಣೆ :
অৱশেষত অনুসন্ধানকাৰীৰ দলে হত্যাকাৰীৰ খবৰ বিচাৰি উলিয়ালে
ಅರ್ಥ : অনুসন্ধান কৰা ব্যক্তি
ಉದಾಹರಣೆ :
অনুসন্ধানকাৰীয়ে অনুসন্ধান কার্যত ্লাগি আছে
ಸಮಾನಾರ್ಥಕ : অনুসন্ধান কর্তা