ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ৰাজ্যৰ শাসক পক্ষৰ পৰা কোনো বিশেষ কামৰ সহায়ৰ কাৰণে লাভ কৰা ধন
ಉದಾಹರಣೆ : বানপীড়িত এলেকাৰ কাৰণে কেন্দ্রীয় চৰকাৰে এক কোটি টকাৰ অনুদান দিছে
ಅರ್ಥ : কোনো সামাজিক, ধার্মিক কাম আদিৰ বাবে দানৰ ৰূপত মানুহৰ পৰা লোৱা ধন আদি
ಉದಾಹರಣೆ : তেওঁ মন্দিৰৰ বাবে একত্রিত কৰা চান্দাই নিজৰ ঘৰ সাজিলে
ಸಮಾನಾರ್ಥಕ : চান্দা, বৰঙণি
ಸ್ಥಾಪನೆ