ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো এক বিষয়ৰ বিবেচনা কৰা নিয়মাৱলী, বিধান, সন্ধি আদিৰ বিশিষ্ট অংগ
ಉದಾಹರಣೆ : সংবিধানৰ ধাৰা ন-ৰ চাৰি নম্বৰ অনুচ্ছেদটো সলনি কৰিব পৰা নাযায়
ಸಮಾನಾರ್ಥಕ : উপধাৰা
ಅರ್ಥ : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়
ಉದಾಹರಣೆ : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : দফা, পাৰাগ্রাফ, পেৰাগ্রাফ
ಅರ್ಥ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অংক, অধ্যায়, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ
ಸ್ಥಾಪನೆ