ಅರ್ಥ : কাৰোবাৰ কোনো সিদ্ধান্ত মানি বা সেই অনুসৰি চলা
ಉದಾಹರಣೆ :
তেওঁ সন্ত কবীৰৰ অনুগামী
ಸಮಾನಾರ್ಥಕ : অনুগত
ಅರ್ಥ : কাৰোবাক সমান আচৰণ কৰোতা
ಉದಾಹರಣೆ :
ইয়াত অনুগামী লোকৰ অভাৱনো কʼত হৈছে
ಅರ್ಥ : আজ্ঞাৰ পালন কৰোতা
ಉದಾಹರಣೆ :
কৃষকজনে নিজৰ আজ্ঞাকাৰী পুত্রকলৈ বহুত সুখী আছিল
ಸಮಾನಾರ್ಥಕ : আজ্ঞা পালক, আজ্ঞাকাৰী, আজ্ঞাপালক