ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজনে অনুকৰণ কৰে
ಉದಾಹರಣೆ : নেতাৰ অনুকৰণকাৰীয়ে সকলোকে প্রভাৱিত কৰিলে
ಸಮಾನಾರ್ಥಕ : অনুকৰণ কর্তা, অনুকৰণকর্তা, অনুসৰণকাৰী
ಅರ್ಥ : অনুকৰণ কৰোতা
ಉದಾಹರಣೆ : লʼৰা-ছোৱালী ডাঙৰৰ অনুকৰণকাৰী হয়
ಸಮಾನಾರ್ಥಕ : অনুকৰণকর্তা, অনুসৰণকাৰী
ಅರ್ಥ : কাৰোবাৰ আদব-কায়দা, মাত কথা আদিৰ নকল কৰা
ಉದಾಹರಣೆ : বান্দৰ বহুত অনুকৰণকাৰী
ಸಮಾನಾರ್ಥಕ : নকলকাৰী
ಸ್ಥಾಪನೆ