ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
ಉದಾಹರಣೆ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
ಸಮಾನಾರ್ಥಕ : অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
ಅರ್ಥ : অনুকম্পা বা দয়া কৰা কার্য
ಉದಾಹರಣೆ : সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
ಸಮಾನಾರ್ಥಕ : সহানুভূতি
ಅರ್ಥ : আপোন ব্যক্তি বা নিজতকৈ দুর্বল ব্যক্তিক দুখী বা পীড়িত দেখি ্তেওঁলোকৰ দুখ আদি দূৰ কৰা আচৰণ
ಉದಾಹರಣೆ : ঈশ্বৰৰ দয়া আমাৰ সকলোৰে ওপৰত বর্তি আছে
ಸಮಾನಾರ್ಥಕ : অনুগ্রহ, কৃপা, কৰুণা, দয়া, ৰহম
ಸ್ಥಾಪನೆ