ಅರ್ಥ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
ಉದಾಹರಣೆ :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
ಸಮಾನಾರ್ಥಕ : অটল, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত
ಅರ್ಥ : যিটো কৰা, ৰখা বা মানিলোৱা অতি আৱশ্যক
ಉದಾಹರಣೆ :
পাঁচ নম্বৰ প্রশ্নটো বাধ্যতামূলক
ಸಮಾನಾರ್ಥಕ : বাধ্যতামূলক