ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
ಉದಾಹರಣೆ : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
ಸಮಾನಾರ್ಥಕ : অৱহেলিত, উপেক্ষিত, হেয়
ಅರ್ಥ : যিটো উপেক্ষা কৰিবৰ যোগ্য
ಉದಾಹರಣೆ : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
ಸಮಾನಾರ್ಥಕ : অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়, উপেক্ষিত
ಅರ್ಥ : যাক অপমান কৰা হৈছে
ಉದಾಹರಣೆ : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
ಸಮಾನಾರ್ಥಕ : অপমানিত, অৱহেলিত, উপেক্ষিত, নাকাল, লাঞ্ছিত
ಅರ್ಥ : যাৰ আদৰ কৰা হোৱা নাই
ಉದಾಹರಣೆ : অনাদৃত কবিজন মজলিচৰ পৰা উঠি গʼল
ಸಮಾನಾರ್ಥಕ : অনাদৰিত
ಅರ್ಥ : যাক তিৰস্কাৰ কৰা হৈছে
ಉದಾಹರಣೆ : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে
ಸಮಾನಾರ್ಥಕ : উপেক্ষিত, তিৰস্কৃত
ಸ್ಥಾಪನೆ