ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অনাথ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অনাথ   বিশেষ্য

ಅರ್ಥ : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে

ಉದಾಹರಣೆ : ইয়াত অনাথসকলক আশ্রয় দিয়া হয়

অনাথ   বিশেষণ

ಅರ್ಥ : মালিক বা স্বামী নোহোৱা এক অৱস্থা

ಉದಾಹರಣೆ : অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে

ಸಮಾನಾರ್ಥಕ : নাথহীন

ಅರ್ಥ : যিজনক সহায় কৰিবলৈ কোনো নাই

ಉದಾಹರಣೆ : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে

ಸಮಾನಾರ್ಥಕ : অনাশ্রিত, অসহায়, আশ্রয়হীন, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন

ಅರ್ಥ : যাৰ কোনো মালিক নাই

ಉದಾಹರಣೆ : ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল

ಅರ್ಥ : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই

ಉದಾಹರಣೆ : শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে