ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কাৰণ নথকাকৈ
ಉದಾಹರಣೆ : তেওঁ ্অবাবতে ইয়ালৈ আহিল
ಸಮಾನಾರ್ಥಕ : অকাৰণত, অবাবতে, আনামতে, এনেয়ে, খামাখা, মিছাতে, মিছামিছিকৈ
ಅರ್ಥ : যাৰ কোনো অর্থ ্নাথাকে
ಉದಾಹರಣೆ : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
ಸಮಾನಾರ್ಥಕ : অর্থহীন, নি্ৰর্থক
ಅರ್ಥ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
ಉದಾಹರಣೆ : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
ಸಮಾನಾರ್ಥಕ : অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ
ಸ್ಥಾಪನೆ