ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মুখৰ আগভাগত থকা মেলিব আৰু জপাব পৰা দাঁত ঢাকি থোৱা মঙহাল অংশ
ಉದಾಹರಣೆ : মৃত্যুৰ সময়তো শ্যামৰ ওঁঠত পুতেকৰ নামেই আছিল
ಸಮಾನಾರ್ಥಕ : ওঁঠ, ওষ্ঠ, দন্তচ্ছদ
ಅರ್ಥ : তলৰ ওঁঠ
ಉದಾಹರಣೆ : তলৰ ওঁঠ আৰু ওপৰৰ ওঁঠৰ (প-বর্গ) ্দ্বাৰা ধ্বনি উৎপন্ন হয় ৰাজুৰ তলৰ ওঁঠখন কটা
ಸಮಾನಾರ್ಥಕ : অধৰাধৰ, অধৰোষ্ঠ, তলৰ ওঁঠ
ಸ್ಥಾಪನೆ