ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দৃঢ়তাৰে নিৰন্তৰ কোনো কামত লাগি থকা কার্য
ಉದಾಹರಣೆ : অধ্যৱসায়ৰ বলত একলব্য ধনুর্বিদ্যাত নিপুণ হৈ পৰিছিল
ಸಮಾನಾರ್ಥಕ : পৰিশ্রম
ಅರ್ಥ : কোনো কামত সিদ্ধি লভিবৰ কাৰণে কৰা কঠোৰ পৰিশ্রম
ಉದಾಹರಣೆ : অর্জুনৰ ্সাধনাই তেওঁক এজন ্ডাঙৰ ধনুর্বিদ কৰি তুলিলে
ಸಮಾನಾರ್ಥಕ : তপ, তপস্যা, সাধনা
ಸ್ಥಾಪನೆ