ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়
ಉದಾಹರಣೆ : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে
ಸಮಾನಾರ್ಥಕ : খণ্ড, পর্ব
ಅರ್ಥ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অংক, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ
ಸ್ಥಾಪನೆ