ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি বহুত উৎকণ্ঠিত
ಉದಾಹರಣೆ : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অধীৰ, অধৈর্য্য, আতুৰ, কাতৰ, ব্যাকুল
ಅರ್ಥ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
ಉದಾಹರಣೆ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
ಸಮಾನಾರ್ಥಕ : অস্থিৰ, চঞ্চল
ಅರ್ಥ : কোনো কাম আদিত খৰধৰ লগোৱা
ಉದಾಹರಣೆ : মনোহৰ এজন বেপৰোৱাহ আৰু অধীৰ ব্যক্তি
ಸಮಾನಾರ್ಥಕ : অধীৰ, ব্যগ্র
ಸ್ಥಾಪನೆ