ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অধীন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অধীন   ক্ৰিয়া বিশেষণ

ಅರ್ಥ : অধিকাৰ, প্রভাৱ আদিত

ಉದಾಹರಣೆ : শ্যামে মোৰ অধীনত কাম কৰে

অধীন   বিশেষণ

ಅರ್ಥ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন

ಉದಾಹರಣೆ : মই এই কামটো কৰিবৰ কাৰণে বাধ্য

ಸಮಾನಾರ್ಥಕ : পৰবশ, বশীভূত, বাধ্য

ಅರ್ಥ : যি কাৰোবাৰ বশীভূত হৈ আছে

ಉದಾಹರಣೆ : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল

ಅರ್ಥ : যি আনৰ অধীন

ಉದಾಹರಣೆ : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়

ಸಮಾನಾರ್ಥಕ : গোলাম, পৰবশ, পৰাধীন

ಅರ್ಥ : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা

ಉದಾಹರಣೆ : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল

ಸಮಾನಾರ್ಥಕ : অধীনস্থ