ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অধিকাৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অধিকাৰ   বিশেষ্য

ಅರ್ಥ : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব

ಉದಾಹರಣೆ : সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে

ಅರ್ಥ : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়

ಉದಾಹರಣೆ : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে

ಸಮಾನಾರ್ಥಕ : দখল, স্বত্ব, হক

ಅರ್ಥ : অধিপতি হোৱা অৱস্থা বা ভাব

ಉದಾಹರಣೆ : প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল

ಸಮಾನಾರ್ಥಕ : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ

ಅರ್ಥ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

ಉದಾಹರಣೆ : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

ಸಮಾನಾರ್ಥಕ : শক্তি