ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
ಉದಾಹರಣೆ : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
ಸಮಾನಾರ್ಥಕ : অপৰাধ, কলুষ, দোষ, পাতক, পাপ
ಅರ್ಥ : ধর্ম বিৰোধী কার্য
ಉದಾಹರಣೆ : আজিকালি সমাজত অধর্মৰ বহুল ্প্রচাৰ হৈছে
ಸಮಾನಾರ್ಥಕ : কুধর্ম, ্দুৰাচাৰ
ಅರ್ಥ : পৰকালত অশুভ ফল পায় বুলি বিশ্বাস কৰা ইহকালৰ বেয়া কাম:সন্ত কবীৰৰ মতে মিছা কথা কোৱাটো বহুত ডাঙৰ পাপ
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অপৰাধ, কলুষ, কল্মষ, গুণাহ, পাতক, পাপ, প্রত্যবায়
ಸ್ಥಾಪನೆ