ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
ಉದಾಹರಣೆ : বেয়া গুণে মানুহৰ পতন ঘটায়
ಸಮಾನಾರ್ಥಕ : অধঃপতন, অধোগমন, অৱনতি, চ্যুতি, পতন
ಅರ್ಥ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
ಉದಾಹರಣೆ : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
ಸಮಾನಾರ್ಥಕ : অধঃপতন, অৱনতি, পতন, স্খলন
ಸ್ಥಾಪನೆ