ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ಉದಾಹರಣೆ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
ಸಮಾನಾರ್ಥಕ : অধোগত, অৱনত, অৱনমিত, পতিত
ಅರ್ಥ : যি অৱনতিৰ পিনে অগ্রসৰ হৈছে
ಉದಾಹರಣೆ : নিজৰ ভুল ক্রিয়া-কলাপৰ কাৰণে তেওঁ অধঃপতিত হৈছে
ಸಮಾನಾರ್ಥಕ : পতনশীল, পতনোন্মুখ
ಸ್ಥಾಪನೆ