ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উত্তমৰ ফালৰ পৰা অধমৰ ফাললৈ অহা কার্য
ಉದಾಹರಣೆ : কাৰোবাৰ চৰিত্ৰৰ অধঃপতন ইয়াতকৈ অধিক আৰু কি
ಸಮಾನಾರ್ಥಕ : অনুক্ৰম, অনুলোম
ಅರ್ಥ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
ಉದಾಹರಣೆ : বেয়া গুণে মানুহৰ পতন ঘটায়
ಸಮಾನಾರ್ಥಕ : অধঃপাত, অধোগমন, অৱনতি, চ্যুতি, পতন
ಅರ್ಥ : কোনো বস্তু পেলাই দিয়া কার্য
ಉದಾಹರಣೆ : কোনে এই ফলবোৰ পেলালে ?
ಸಮಾನಾರ್ಥಕ : পেলোৱা
ಅರ್ಥ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
ಉದಾಹರಣೆ : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
ಸಮಾನಾರ್ಥಕ : অধঃপাত, অৱনতি, পতন, স্খলন
ಸ್ಥಾಪನೆ