ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অতীত ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অতীত   বিশেষ্য

ಅರ್ಥ : পাৰ হৈ যোৱা কাল বা সময়

ಉದಾಹರಣೆ : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়

ಸಮಾನಾರ್ಥಕ : অতীত কাল, অতীতকাল, আগৰ সময়, কালি, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল

অতীত   বিশেষণ

ಅರ್ಥ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

ಉದಾಹರಣೆ : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

ಸಮಾನಾರ್ಥಕ : অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

ಅರ್ಥ : যিটো পাৰ হৈ গৈছে

ಉದಾಹರಣೆ : অতীত কালত নালন্দা বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

ಸಮಾನಾರ್ಥಕ : গত, পুৰণি, ভূত