ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অতিশয়োক্তি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অতিশয়োক্তি   বিশেষ্য

ಅರ್ಥ : যি ্অর্থালংকাৰে কোনো বস্তুৰ অতিমাত্রা বর্ণ্্না কৰে

ಉದಾಹರಣೆ : এই কবিতাত নায়িকাৰ ৰূপ বর্ণ্্নাত অতিশয়োক্তিৰ প্রয়োগ হৈছে

ಅರ್ಥ : যি অলংকাৰত ভেদত অভেদ, অসম্বন্ধত সম্বন্ধ আদি দেখুৱাই কোনো বস্তুক বহুত বঢ়াই বর্ণ্্না কৰা হয়

ಉದಾಹರಣೆ : আদিযুগৰ কবিসকলৰ ৰচনাবোৰ অতিশয়োক্তি অলংকাৰেৰে ভৰি আছে

ಸಮಾನಾರ್ಥಕ : অতিশয়োক্তি অলংকাৰ

ಅರ್ಥ : নিজৰ ফালৰ পৰা বহুত ধৰণে মিলাই কোৱা কথা

ಉದಾಹರಣೆ : তেওঁৰ ্ভাষণ অতিশয়োক্তিৰে ভৰা

ಸಮಾನಾರ್ಥಕ : অতিৰঞ্জন, অযুক্তি