ಅರ್ಥ : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
ಉದಾಹರಣೆ :
ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
ಸಮಾನಾರ್ಥಕ : প্রাসাদ
ಅರ್ಥ : যিটো ভৱন অতি ওখ
ಉದಾಹರಣೆ :
তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
ಸಮಾನಾರ್ಥಕ : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান
ಅರ್ಥ : যি ভৱনত ভালেমান মহল থাকে
ಉದಾಹರಣೆ :
মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে
ಸಮಾನಾರ್ಥಕ : বহুমহলীয়া ভৱন