ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অটল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অটল   বিশেষণ

ಅರ್ಥ : যি সিদ্ধান্ত সলনি নহয়

ಉದಾಹರಣೆ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

ಸಮಾನಾರ್ಥಕ : অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ

ಅರ್ಥ : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা

ಉದಾಹರಣೆ : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে

ಸಮಾನಾರ್ಥಕ : অক্ষুণ্ণ, অপৰিবর্ত্তিত, বাহাল

ಅರ್ಥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

ಉದಾಹರಣೆ : পাহাৰ-পর্বত স্থিৰ

ಸಮಾನಾರ್ಥಕ : অচল, অচৰ, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

ಅರ್ಥ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব

ಉದಾಹರಣೆ : জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী

ಸಮಾನಾರ್ಥಕ : অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত