ಅರ್ಥ : বিদ্যাৰ অভাৱ
ಉದಾಹರಣೆ :
আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা
ಅರ್ಥ : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক
ಉದಾಹರಣೆ :
অজ্ঞানতাই সকলো দুখৰ কাৰণ
ಅರ್ಥ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
ಸಮಾನಾರ್ಥಕ : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা
ಅರ್ಥ : অবোধ হোৱাৰ অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়
ಸಮಾನಾರ್ಥಕ : অবোধতা