ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : হাত বা ভৰিৰ কাষত থকা সকলোতকৈ মোটা আঙুলি
ಉದಾಹರಣೆ : একলব্যই দ্রোণাচার্যক দক্ষিণা হিচাপে নিজৰ ্ সোঁহাতৰ বুঢ়া আঙুলি কাটি দিছিল
ಸಮಾನಾರ್ಥಕ : অংগুষ্ঠ, বুঢ়া আঙুলি, বৃদ্ধাংগুলি, বৃদ্ধাংগুষ্ঠ
ಅರ್ಥ : হাত বা ভৰিৰ আগৰ পৰা ওলোৱা অংগবিশেষ যি সাধাৰণতে পাঁচটাহে হয়
ಉದಾಹರಣೆ : তেওঁৰ ্ সোঁহাতত ছটা আঙুলি আছে
ಸಮಾನಾರ್ಥಕ : অঙ্গুল, অঙ্গুলি, আঙুল, আঙুলি, আঙ্গুল, আঙ্গুলি, কৰকণ্টক, কৰজ, কৰশাখা
ಸ್ಥಾಪನೆ