ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অঙ্ক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অঙ্ক   বিশেষ্য

ಅರ್ಥ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

ಉದಾಹರಣೆ : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

ಸಮಾನಾರ್ಥಕ : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

ಅರ್ಥ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

ಉದಾಹರಣೆ : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

ಸಮಾನಾರ್ಥಕ : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

ಅರ್ಥ : শূন্যৰ পৰা নলৈকে সংখ্যা

ಉದಾಹರಣೆ : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

ಸಮಾನಾರ್ಥಕ : অংক

ಅರ್ಥ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

ಉದಾಹರಣೆ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

ಸಮಾನಾರ್ಥಕ : অংক, নম্বৰ

ಅರ್ಥ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

ಉದಾಹರಣೆ : এক কোটি বহুত ডাঙৰ সংখ্যা

ಸಮಾನಾರ್ಥಕ : অংক, সংখ্যা, ৰাশি

ಅರ್ಥ : সংখ্যাৰ চিহ্ন

ಉದಾಹರಣೆ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

ಸಮಾನಾರ್ಥಕ : অংক, সংখ্যা