ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
ಉದಾಹರಣೆ : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
ಸಮಾನಾರ್ಥಕ : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
ಅರ್ಥ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা
ಉದಾಹರಣೆ : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে
ಸಮಾನಾರ್ಥಕ : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ
ಅರ್ಥ : শূন্যৰ পৰা নলৈকে সংখ্যা
ಉದಾಹರಣೆ : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
ಸಮಾನಾರ್ಥಕ : অংক
ಅರ್ಥ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি
ಉದಾಹರಣೆ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে
ಸಮಾನಾರ್ಥಕ : অংক, নম্বৰ
ಅರ್ಥ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
ಉದಾಹರಣೆ : এক কোটি বহুত ডাঙৰ সংখ্যা
ಸಮಾನಾರ್ಥಕ : অংক, সংখ্যা, ৰাশি
ಅರ್ಥ : সংখ্যাৰ চিহ্ন
ಉದಾಹರಣೆ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
ಸಮಾನಾರ್ಥಕ : অংক, সংখ্যা
ಸ್ಥಾಪನೆ