ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অগ্রাহ্য ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অগ্রাহ্য   বিশেষ্য

ಅರ್ಥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ಉದಾಹರಣೆ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

ಸಮಾನಾರ್ಥಕ : অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা

ಅರ್ಥ : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব

ಉದಾಹರಣೆ : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়

ಸಮಾನಾರ್ಥಕ : অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা

অগ্রাহ্য   বিশেষণ

ಅರ್ಥ : যিটো লোৱা বা গ্রহণ কৰাৰ বাবে যোগ্য নহয়

ಉದಾಹರಣೆ : তিৰস্কাৰ কৰি দিয়া যি কোনো বস্তুৱেই অগ্রহণীয়

ಸಮಾನಾರ್ಥಕ : অগ্রহণীয়