ಅರ್ಥ : যি সমভাৱে উন্নতি কৰি আগবাঢ়ি যায়
ಉದಾಹರಣೆ :
অগ্রগামী লোকে সমাজক এক নতুন পথৰ সন্ধান দিয়ে
ಸಮಾನಾರ್ಥಕ : পুৰোগামী
ಅರ್ಥ : যি সকলোতকৈ আগত যায়
ಉದಾಹರಣೆ :
অগ্রগামী ব্যক্তিহে এই দলৰ নায়ক
ಸಮಾನಾರ್ಥಕ : অগ্রগত, অগ্রগমনকাৰী, পুৰোগামী, পুৰোযাত্রী, পুৰোৱর্তী, পূর্বগ্ামী, সন্মুখগামী
ಅರ್ಥ : আগবাঢ়ি যোৱা
ಉದಾಹರಣೆ :
এইখন সমাজ শিক্ষাক্ষেত্রত অগ্রগামী
ಸಮಾನಾರ್ಥಕ : অগ্রগত, অগ্রগতি, অগ্রসৰ, সন্মুখগামী, ্অগ্রৱর্ত্তী