ಅರ್ಥ : ডাঙৰকৈ জ্বলা জুইৰ উজ্জ্বল শিখা
ಉದಾಹರಣೆ :
হাৱানকুণ্ডৰ জুই-শিখাই আকাশ চুইছিলগৈ
ಸಮಾನಾರ್ಥಕ : অগ্নি-শিখা, জুই শিখা, জুই-শিখা
ಅರ್ಥ : জুইৰ আগ
ಉದಾಹರಣೆ :
অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
ಸಮಾನಾರ್ಥಕ : অগ্নিচ্ছটা, বহ্নিশিখা, ভমক, শিখা