ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : খোৱাৰ অনুপযোগী বস্তু
ಉದಾಹರಣೆ : তেওঁ ্অখাদ্য বস্তুবোৰ জাবৰৰ দʼমটোত পেলাই দিলে
ಸಮಾನಾರ್ಥಕ : অখাদ্য পদার্থ, অখাদ্য বস্তু
ಅರ್ಥ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
ಉದಾಹರಣೆ : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
ಸಮಾನಾರ್ಥಕ : অখাজ, অপথ্য, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-
ಅರ್ಥ : যি খোৱাৰ যোগ্য নহয়
ಉದಾಹರಣೆ : এইটো অখাদ্য বস্তু
ಸಮಾನಾರ್ಥಕ : অখাজ, অপথ্য, অভক্ষ, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য
ಅರ್ಥ : যিবোৰ খোৱা উচিত নহয়
ಉದಾಹರಣೆ : তেওঁ ্অখাদ্য ফল খাই মৰি থাকিল
ಸಮಾನಾರ್ಥಕ : অনাহার্য
ಸ್ಥಾಪನೆ