ಅರ್ಥ : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই
ಉದಾಹರಣೆ :
ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে
ಅರ್ಥ : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই
ಉದಾಹರಣೆ :
ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে
ಸಮಾನಾರ್ಥಕ : নকটা
ಅರ್ಥ : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি
ಉದಾಹರಣೆ :
আপোনাৰ যুক্তি অকাট্য
ಸಮಾನಾರ್ಥಕ : অকাট্য, অখণ্ডনীয়, পানী নসৰকা