ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ ভঞ্জন হোৱা নাই বা যি ভঙা নাই
ಉದಾಹರಣೆ : সীতা সয়ম্বৰত ভগৱান ৰামে অভঞ্জিত ধনুখন ভাঙি দিলে
ಸಮಾನಾರ್ಥಕ : অখণ্ডিত, অভঞ্জিত, খণ্ডহীন
ಅರ್ಥ : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
ಉದಾಹರಣೆ : গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
ಸಮಾನಾರ್ಥಕ : অনাহত, আহত নোহোৱা-, ক্ষতিহীন
ಸ್ಥಾಪನೆ