ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অংশ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অংশ   বিশেষ্য

ಅರ್ಥ : সমষ্টি বা সমূহৰ কোনো অংশ

ಉದಾಹರಣೆ : ইয়াৰ মাজ ভাগ কিছু শকত

ಸಮಾನಾರ್ಥಕ : ভাগ

ಅರ್ಥ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ಉದಾಹರಣೆ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

ಸಮಾನಾರ್ಥಕ : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ

ಅರ್ಥ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

ಉದಾಹರಣೆ : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

ಸಮಾನಾರ್ಥಕ : ভাগ

ಅರ್ಥ : যন্ত্র আদিৰ কোনো অংগ বা অংশ

ಉದಾಹರಣೆ : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া

ಸಮಾನಾರ್ಥಕ : পার্ট, যন্ত্রাংশ

ಅರ್ಥ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

ಉದಾಹರಣೆ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

ಸಮಾನಾರ್ಥಕ : দিশ, পক্ষ, বিভাগ

ಅರ್ಥ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

ಉದಾಹರಣೆ : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

ಸಮಾನಾರ್ಥಕ : ভাগ

ಅರ್ಥ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ

ಉದಾಹರಣೆ : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ

ಸಮಾನಾರ್ಥಕ : দিশ, ফাল