ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অংক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অংক   বিশেষ্য

ಅರ್ಥ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

ಉದಾಹರಣೆ : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : সংখ্যা

ಅರ್ಥ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

ಉದಾಹರಣೆ : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

ಸಮಾನಾರ್ಥಕ : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

ಅರ್ಥ : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়

ಉದಾಹರಣೆ : তেওঁ গণিতত বৰ চোকা

ಸಮಾನಾರ್ಥಕ : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র

ಅರ್ಥ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

ಉದಾಹರಣೆ : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

ಸಮಾನಾರ್ಥಕ : অংকতল অংকদেশ, অঙ্ক, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

ಅರ್ಥ : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : দৃশ্য, নাট্যাংক, নাট্যাংশ

ಅರ್ಥ : শূন্যৰ পৰা নলৈকে সংখ্যা

ಉದಾಹರಣೆ : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

ಸಮಾನಾರ್ಥಕ : অঙ্ক

ಅರ್ಥ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

ಉದಾಹರಣೆ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

ಸಮಾನಾರ್ಥಕ : অঙ্ক, নম্বৰ

ಅರ್ಥ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

ಉದಾಹರಣೆ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

ಸಮಾನಾರ್ಥಕ : খণ্ড, নম্বৰ, সংখ্যা

ಅರ್ಥ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

ಉದಾಹರಣೆ : এক কোটি বহুত ডাঙৰ সংখ্যা

ಸಮಾನಾರ್ಥಕ : অঙ্ক, সংখ্যা, ৰাশি

ಅರ್ಥ : সংখ্যাৰ চিহ্ন

ಉದಾಹರಣೆ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

ಸಮಾನಾರ್ಥಕ : অঙ্ক, সংখ্যা

ಅರ್ಥ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ