ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অঁ্কা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অঁ্কা   ক্ৰিয়া

ಅರ್ಥ : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে

ಉದಾಹರಣೆ : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে

ಸಮಾನಾರ್ಥಕ : অংকন কৰা, অঙ্কন কৰা

ಅರ್ಥ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা

ಉದಾಹರಣೆ : তেওঁ ঘৰৰ ্নক্সা আঁকিছে

ಸಮಾನಾರ್ಥಕ : টনা

ಅರ್ಥ : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়

ಉದಾಹರಣೆ : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়

ಸಮಾನಾರ್ಥಕ : চিন লগোৱা, দাগ লগোৱা