ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰোৱা   ক্ৰিয়া

ಅರ್ಥ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা

ಉದಾಹರಣೆ : সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল

ಸಮಾನಾರ್ಥಕ : বচা

ಅರ್ಥ : কোনো কথাৰ সূত্রপাত ঘটোৱা

ಉದಾಹರಣೆ : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে

ಸಮಾನಾರ್ಥಕ : ৰোপন কৰা

ಅರ್ಥ : ৰোপন কৰাৰ কাম হোৱা

ಉದಾಹರಣೆ : পথাৰত ৰোপন কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : ৰোপন কৰা

ಅರ್ಥ : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ಉದಾಹರಣೆ : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

ಸಮಾನಾರ್ಥಕ : এৰা, থামা, বন্ধ হোৱা, ৰৈ যোৱা

ಅರ್ಥ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য

ಉದಾಹರಣೆ : খেতিয়কে খেতিপথাৰত ধান ৰুইছে

ಸಮಾನಾರ್ಥಕ : ৰোপন কৰা

ৰোৱা   বিশেষণ

ಅರ್ಥ : যʼত চহোৱা আৰু ৰোপন কৰা হৈছে (খেতি)

ಉದಾಹರಣೆ : খেতিয়কে ৰোৱা খেতিডৰা ৰখি আছে