ಅರ್ಥ : বিৰাম সহিতে
ಉದಾಹರಣೆ :
তেওঁ ্ কামৰ মাজত ৰৈ ৰৈ মোৰ লগত কথাও পাতি আছিল
ಸಮಾನಾರ್ಥಕ : আস্তে আস্তে, জিৰণি লৈ, বিৰাম লৈ, মন্থৰগতিৰে
ಅರ್ಥ : বাৰে বাৰে কিন্তু কিছু বিৰতিৰ পিছত
ಉದಾಹರಣೆ :
ৰৈ ৰৈ তেওঁৰ হাঁহিটো শুনা গৈছিল