ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰৈ যোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰৈ যোৱা   ক্ৰিয়া

ಅರ್ಥ : বঞ্চিত হোৱা

ಉದಾಹರಣೆ : সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল

ಸಮಾನಾರ್ಥಕ : থাকি যোৱা

ಅರ್ಥ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা

ಉದಾಹರಣೆ : বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল

ಸಮಾನಾರ್ಥಕ : থাকি যোৱা

ಅರ್ಥ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

ಉದಾಹರಣೆ : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

ಸಮಾನಾರ್ಥಕ : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা

ಅರ್ಥ : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ಉದಾಹರಣೆ : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

ಸಮಾನಾರ್ಥಕ : এৰা, থামা, বন্ধ হোৱা, ৰোৱা

ಅರ್ಥ : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা

ಉದಾಹರಣೆ : পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল

ಸಮಾನಾರ್ಥಕ : বাদ পৰিল

ಅರ್ಥ : বাকী থাকি যোৱা

ಉದಾಹರಣೆ : ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল