ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
ಉದಾಹರಣೆ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ
ಅರ್ಥ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)
ಉದಾಹರಣೆ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে
ಸಮಾನಾರ್ಥಕ : আকৃতি, ৰচনা
ಅರ್ಥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ಉದಾಹರಣೆ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ಸಮಾನಾರ್ಥಕ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত
ಅರ್ಥ : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু
ಉದಾಹರಣೆ : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল
ಸಮಾನಾರ್ಥಕ : ৰজত, ৰূপা
ಅರ್ಥ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ
ಅರ್ಥ : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক
ಉದಾಹರಣೆ : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ
ಅರ್ಥ : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়
ಉದಾಹರಣೆ : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ
ಅರ್ಥ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
ಉದಾಹರಣೆ : তেওঁৰ ্ কান্তি নিৰুপম
ಸಮಾನಾರ್ಥಕ : কান্তি, সৌন্দর্য
ಸ್ಥಾಪನೆ