ಅರ್ಥ : যাৰ ব্যৱহাৰ কঠোৰ বা যি কঠোৰ ব্যৱহাৰ কৰে
ಉದಾಹರಣೆ :
আমাৰ প্রধান শিক্ষকজন বৰ ৰুক্ষ, তেওঁ সকলো শিশুৰ লগতে কঠোৰ ব্যৱহাৰ কৰে
ಸಮಾನಾರ್ಥಕ : কঠোৰ ব্যৱহাৰ, ৰুক্ষ ব্যৱহাৰ
ಅರ್ಥ : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু
ಉದಾಹರಣೆ :
খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে
ಸಮಾನಾರ್ಥಕ : শুকান