ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰিয়েল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰিয়েল   বিশেষ্য

ಅರ್ಥ : ব্রাজিলত চলা মুদ্রা

ಉದಾಹರಣೆ : এক কিলো ব্রাজিল নাট কিমান ৰিয়েলত আহে?

ಅರ್ಥ : ছৌদি আৰবত প্রচলিত মুদ্রা

ಉದಾಹರಣೆ : জমীলে ছৌদি আৰব ৰিয়েল সলনি কৰি এয়াৰপʼর্টতে ৰুপী বা টকা লৈ লৈছিল

ಸಮಾನಾರ್ಥಕ : ছৌদি আৰব ৰিয়েল

ಅರ್ಥ : য়েমেন তথা ইৰাণত চলা মুদ্রা

ಉದಾಹರಣೆ : তেওঁ ৰিয়েলক ভাৰতীয় টকালৈ সলালে

ಅರ್ಥ : ওমানত প্রচলিত মুদ্রা

ಉದಾಹರಣೆ : তেওঁ ঘৰলে এহেজাৰ ওমানী ৰিয়েল পঠিয়ালে

ಸಮಾನಾರ್ಥಕ : ওমানী ৰিয়েল

ಅರ್ಥ : কম্বোডিয়াত প্রচলিত মুদ্রা

ಉದಾಹರಣೆ : এক ইউৰো পাঁচ হাজাৰ দুশ তেইশ ৰিয়েলৰ সমান

ಅರ್ಥ : এক পুৰণি স্পেনিচ মুদ্রা

ಉದಾಹರಣೆ : তেওঁৰ ওচৰত পাঁচ ৰিয়েল আছে

ಸಮಾನಾರ್ಥಕ : ৰেয়াল

ಅರ್ಥ : য়েমেনত প্রচলিত মুদ্রা

ಉದಾಹರಣೆ : য়েমেনি ৰিয়েলৰ তুলনাত ইৰাণী ৰিয়েলৰ মূল্য অধিক

ಸಮಾನಾರ್ಥಕ : য়েমেনি ৰিয়েল

ಅರ್ಥ : ইৰাণত প্রচলিত মুদ্রা

ಉದಾಹರಣೆ : এক ইৰাণয়ান ৰিয়েল ভাৰতীয় বাৰ টকাৰ সমান হয়

ಸಮಾನಾರ್ಥಕ : ইৰাণিয়ান ৰিয়েল