ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ক্রান্তিবৃত্তত থকা বাৰটা তৰা সমষ্টিৰ প্রত্যেকটো যি কেইটা হৈছে মেষ, বৃষ, মিথুন, কর্কট, সিংহ, কন্যা, তুলা, মকৰ, কুম্ভ আৰু মীন
ಉದಾಹರಣೆ : মোৰ ৰাশি কন্যা
ಅರ್ಥ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
ಉದಾಹರಣೆ : এক কোটি বহুত ডাঙৰ সংখ্যা
ಸಮಾನಾರ್ಥಕ : অংক, অঙ্ক, সংখ্যা
ಅರ್ಥ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ಉದಾಹರಣೆ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
ಸಮಾನಾರ್ಥಕ : গোট, দʼম, সমষ্টি, সমূহ
ಸ್ಥಾಪನೆ