ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
ಉದಾಹರಣೆ : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
ಸಮಾನಾರ್ಥಕ : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত
ಅರ್ಥ : মানুহৰ সমষ্টি বা সমূহ
ಉದಾಹರಣೆ : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
ಸಮಾನಾರ್ಥಕ : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি
ಅರ್ಥ : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
ಉದಾಹರಣೆ : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
ಸಮಾನಾರ್ಥಕ : জনতা, জনমানস
ಅರ್ಥ : পৃথিৱীত থকা লোক
ಉದಾಹರಣೆ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
ಸಮಾನಾರ್ಥಕ : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ
ಸ್ಥಾಪನೆ