ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যʼত ৰস নাই
ಉದಾಹರಣೆ : শুকান ফল নিৰস
ಸಮಾನಾರ್ಥಕ : নিৰস, শুকান
ಅರ್ಥ : যিটো ৰুচিপূর্ণ নহয়
ಉದಾಹರಣೆ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
ಸಮಾನಾರ್ಥಕ : অসাৰ, অৰুচিকৰ, নীৰস, ৰুচিহীন
ಅರ್ಥ : যি ৰসিক নহয়
ಉದಾಹರಣೆ : তুমি ইমান বেৰসিক ধৰণৰ মানুহ যে তোমাৰ লগত ধেমালি কৰাৰ কোনো অর্থ ্নাই
ಸಮಾನಾರ್ಥಕ : নিৰস, বেৰসিক
ಸ್ಥಾಪನೆ