ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰবৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰবৰ   বিশেষ্য

ಅರ್ಥ : বট গছৰ জাতিৰ এজোপা বৃক্ষ

ಉದಾಹರಣೆ : ৰবৰ গছৰ পৰা গাখীৰৰ দৰে এবিধ বগা আঠালেটীয়া পদার্থ ্ওলায় যাক শুকুৱাই ৰবৰ প্রস্তুত কৰা হয়

ಸಮಾನಾರ್ಥಕ : ৰবৰ গছ

ಅರ್ಥ : ৰবৰ গছৰ পৰা ওলোৱা বগা আঠালেটীয়া ৰস শুকুৱাই তৈয়াৰ কৰা এবিধ পদার্থ

ಉದಾಹರಣೆ : আমাৰ দৈনন্দিন জীৱনত আৱশ্যক হোৱা বহুতো বস্তু ৰবৰৰ পৰা তৈয়াৰ কৰা হয়

ಅರ್ಥ : পেঞ্চিল আদিৰে লিখা অংশ মোহাৰিব পৰা ৰবৰৰ টুকুৰা বিশেষ

ಉದಾಹರಣೆ : এই ভুল উত্তৰটো ৰবৰেৰে মোহাৰি শুদ্ধ উত্তৰটো লিখা