ಅರ್ಥ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
ಉದಾಹರಣೆ :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
ಸಮಾನಾರ್ಥಕ : অদল-বদল, অদলী-বদলী, আদান-প্রদান, বিনিময়
ಅರ್ಥ : অলপ হেৰ-ফেৰ বা পৰি্ৱর্তন
ಉದಾಹರಣೆ :
শ্যামৰ ঘৰটোৰ ৰদ-বদল দেখি আমি হতচকিত ্হʼলোঁ
ಸಮಾನಾರ್ಥಕ : সালসলনি
ಅರ್ಥ : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
ಉದಾಹರಣೆ :
বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
ಸಮಾನಾರ್ಥಕ : অদল-বদল