ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়
ಉದಾಹರಣೆ : এই শাৰীখন পাট সূতাৰে তৈয়াৰী
ಸಮಾನಾರ್ಥಕ : গুণ, সূতা, সূত্র
ಅರ್ಥ : সূতা, শন আদিৰে বাটি তৈয়াৰ কৰা এবিধ দীঘলীয়া বস্তু যাক বিশেষকৈ বন্ধা আদি কামত ব্যৱহাৰ কৰা হয়
ಉದಾಹರಣೆ : গাঁৱৰ মানুহে চোৰটোক ৰচীৰে বান্ধি পেলালে
ಸಮಾನಾರ್ಥಕ : জৰী, ৰচী
ಸ್ಥಾಪನೆ