ಅರ್ಥ : ষড়যন্ত্র আদিৰ ৰূপৰেখা তৈয়াৰ কৰা
ಉದಾಹರಣೆ :
দুর্যোধনে পাণ্ডৱৰ বিৰুদ্ধে ষড়যন্ত্র ৰচিলে
ಅರ್ಥ : কোনো বস্তু সাজি তৈয়াৰ কৰা বা ৰচা কার্য
ಉದಾಹರಣೆ :
মই আজি এটা নতুন কবিতা সৃষ্টি কৰিলোঁ
ಸಮಾನಾರ್ಥಕ : সৃজন কৰা, সৃষ্টি কৰা